This browser does not support the video element.
নগাঁও: কামপুৰত পুনৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক
Nagaon, Nagaon | Sep 11, 2025
কামপুৰত পুনৰ ড্ৰাগছ সহ সৰবৰাহকাৰী আটক ৷ আৰক্ষীৰ জালত পৰে মুকাৰাম আলী ৷ মুকাৰামৰ পৰা ৭ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি ধৃত মুকাৰামে ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।