This browser does not support the video element.
কোকৰাঝাৰ ভাগ: সদৰৰ ৰবিন্দ্ৰ নগৰত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে নৱনিৰ্মিত ৰবিন্দ্ৰ ভৱনৰ শুভ উদ্বোধন কৰে
Kokrajhar Part, Kokrajhar | Aug 23, 2025
শনিবাৰৰ দিনা ৯.৩০ বজাত কোকৰাঝাৰ চহৰৰ ৰবিন্দ্ৰ নগৰত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে নৱনিৰ্মিত ৰবিন্দ্ৰ ভৱনৰ শুভ উদ্বোধন কৰে, উক্ত অনুষ্ঠানত কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম, ইউপিপিএলৰ জিলা সম্পাদক, বেংগোলী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকলে উপস্থিত আছিল বুলি জানিব পৰা গৈছে