Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাট বাটা পইণ্টত ৫০০০তকৈ অধিক মাটিৰ চাকি প্ৰজ্বলন কৰি শেষ বিদায় গোলাঘাটৰ জোৱাই জুবিন গাৰ্গক

Golaghat, Golaghat | Sep 23, 2025
ৰাজ্যবাসীৰ হৃদয়ত জিলিকি ৰোৱা জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্য বাসীৰ লগতে গোলাঘাটবাসীও শোকস্তদ্ধ হৈ পৰিছে। তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ কাৰণে গোলাঘাট বাসীৰ ৰাইজ একত্ৰিত হৈ মঙ্গলবাৰে সন্ধিয়া ৭ বজাত ৫০০০তকৈ অধিক মাটিৰ চাকি প্ৰজ্বলন কাৰ্যসূচী হাতত লয়। গোলাঘাট নগৰৰ মাজমজিয়াত বাটা প‌ইণ্ট নামেৰে জনাজাত তিনিআলিৰ নাম গল্ডী প‌ইণ্ট, নতুন জুবিন গাৰ্গ প‌ইণ্ট নামেৰে নামাকৰণ কৰিবলৈ গোলাঘাট বাসীয়ে দাবী জনাই।
Read More News
T & CPrivacy PolicyContact Us