Download Now Banner

This browser does not support the video element.

নগাঁও: জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদ মেল

Nagaon, Nagaon | Aug 28, 2025
নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সংবাদ মেল। কলঙ নদীৰ দুয়পাৰৰ বাসিন্দাসকলে নদীত অপচয় সামগ্ৰী নেপেলাবলৈ আহ্বান । বৈজ্ঞানিক পদ্ধতিত অপচয় নিষ্পত্তি কৰাৰ বাবে সকলোকে আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে একমাহত ব্যৱস্থা গ্ৰহণৰ সময়সীমা দিয়ে। এই নিৰ্দেশনা পালন নকৰিলে নগাঁও জিলাপ্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতর্কবাণী উচ্চাৰণ কৰে। কলঙ নদী পৰিষ্কাৰ আৰু পৰিবেশ সুৰক্ষাৰ দিশে আগবাঢ়ি যাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ।
Read More News
T & CPrivacy PolicyContact Us