Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: চোৰৰ টাৰ্গেট এইবাৰ মডেল অংগণাবাদী কেন্দ্ৰ, উজানপাৰাত চোৰে চলালে কেন্দ্ৰটোত চাফাই অভিযান

Bongaigaon Part, Bongaigaon | Sep 6, 2025
চোৰৰ টাৰ্গেট এইবাৰ মডেল অংগণাবাদী কেন্দ্ৰ। বঙাইগাঁও চহৰৰ উজানপাৰা স্তিত কেন্দ্ৰত চোৰৰ চাফাই অভিযান। চোৰে লুট কৰি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us