Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: মিছন ৰোডত উত্তপ্ত পৰিস্থিতি,আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে

Bongaigaon Part, Bongaigaon | Aug 22, 2025
মিছন ৰোডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এখন পৰ্টেল চেনেলৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ কৰে। উক্ত পর্টেল চেনেলত মিছন ৰোডৰ এটা নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ আনি বাতৰি পৰিবেশন হৈছিল। পিছে আজি ৰাইজে চেনেল খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
Read More News
T & CPrivacy PolicyContact Us