Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: সৰুপথাৰত বিভিন্ন স্থানত আবকাৰী বিভাগৰ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে তৈয়াৰ কৰা সুৰা জব্দ

Sarupathar, Golaghat | Sep 8, 2025
সৰুপথাৰত বিভিন্ন স্থানত আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে তৈয়াৰ কৰা সুৰা জব্দ l সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ সৰুপথাৰৰ দলটোৱে সৰুপথাৰ আৰক্ষীৰ সহযোগত সমজিলাখনৰ বিভিন্ন স্হানত চলোৱা অবৈধ সুৰা বিৰোধী তালাচী অভিযান চলাই l অভিযানত এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ কৰে আবকাৰী বিভাগৰ দল তোৱে। জব্দাকৃত সামগ্ৰী সমূহ উক্ত স্থানতেই নষ্ট কৰে আবকাৰী বিভাগে।
Read More News
T & CPrivacy PolicyContact Us