Download Now Banner

This browser does not support the video element.

দুধনৈ: শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে অগ্নিকাণ্ড সংঘটিত হোৱা দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে

Dudhnai, Goalpara | Aug 31, 2025
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে অগ্নি কাণ্ড সংঘটিত হোৱা দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে। তেওঁ অগ্নিকাণ্ডৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰি তেওঁ কয় যে, অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা শ্ৰেণী কোঠা সমূহ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ জৰিয়তে শীঘ্ৰে পুনৰ নিৰ্মাণ কৰা হব । ইপিনে পি এম শ্ৰী দুধনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অগ্নিকাণ্ডৰ ধ্বংসাৱশেষৰ মাজত উদ্ধাৰ হয় বিদ্যালয় খনৰ মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰীৰ সহায়ক বিবেকানন্দ ৰাভাৰ মৃতদেহ।
Read More News
T & CPrivacy PolicyContact Us