Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: জিমচি এইচৰ শিশু মৃত্যুৰ তদন্ত কমিটি ৰিপৰ্টৰ পিছতেই অধীক্ষক দেৱজিৎ চৌধুৰী প্ৰতিক্ৰিয়া
Guwahati, Kamrup Metropolitan | Sep 2, 2025
জিমচি এইচৰ শিশু মৃত্যুৰ তদন্ত কমিটি ৰিপৰ্টৰ পিছতেই অধীক্ষক দেৱজিৎ চৌধুৰী প্ৰতিক্ৰিয়া ।তিনিজনীয়া কমিটিয়ে ৭ গৰাকীৰ বিৰুদ্ধে নাম উল্লেখ কৰি ব্যৱস্থা গ্ৰহনৰ পৰামৰ্শ দিছিল।সেই অনুসৰি আমি ব্যৱস্থা গ্ৰহন কৰিছো।তেওঁ লোকৰ বিৰূদ্ধে আছিল কৰ্তব্যত গাফিলতি কৰাৰ প্ৰমাণ পাইছিল তদন্ত কমিটিয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!