Download Now Banner

This browser does not support the video element.

বাঘবৰ: কলগাছিয়াৰ ঘুগুবাৰীত ছফিকুল ইছলামে দাৰে পত্নীৰ ভৰি কটাৰ অভিযোগ, তদন্তৰ বাবে উপস্থিত হয় আৰক্ষী

Baghbor, Barpeta | Sep 13, 2025
কলগাছিয়াৰ ঘুগুবাৰীত স্বামী-পত্নীৰ মাজত ভয়ংকৰ ঘটনা ৷ দুয়োৰে মাজত হোৱা কাজিয়াৰ ফলত স্বামী ছফিকুল ইছলামে দাৰে পত্নীৰ ভৰি কাটি গুৰুতৰ ভাৱে আহত কৰে ৷ আহত পত্নীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ কলগাছিয়াৰ বৰপেটা অসামিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদি অৱস্থা গুৰুতৰ হোৱাত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল হষ্পিটাল লৈ প্ৰেৰণ কৰে ৷ ইপিনে স্বামী ছফিকুল ইছলামে উক্ত ঘটনা সংগঠিত কৰি ঘৰৰ পৰা পলায়ন কৰে ৷ ঘটনা সংক্ৰান্তত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে সৰভোগ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷
Read More News
T & CPrivacy PolicyContact Us