Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বাবে প্ৰশাসনৰ সভা অনুষ্ঠিত হয়

Balijana, Goalpara | Sep 2, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বাবে প্ৰশাসনৰ সভা অনুষ্ঠিত হয়।২৮ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত হবলগীয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পুজা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আজি গোৱালপাৰা জিলা প্ৰশাসনে দূৰ্গা পূজা উদযাপন সমিতিৰ লগত এখন সভা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুংৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ লগতে জিলা আৰক্ষীৰ অন্যান্য শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us