Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল,আৰক্ষীৰ লাঠিত শতাধিক পুৰুষ মহিলা আহত

Dhubri Part, Dhubri | Sep 10, 2025
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত বিশাল প্ৰতিবাদী জোঁৰ সমদল।গোলকগঞ্জত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত বিশাল প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ টাউন অভিমুখে উলিওৱা হয় জোঁৰ সমদল।সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী জোঁ
Read More News
T & CPrivacy PolicyContact Us