Download Now Banner

This browser does not support the video element.

লংকা: ২৭নং লামডিং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুর্ঘটনা, থিতাতে নিহত এগৰাকী যুৱতী আৰু আহত এজন যুৱক

Lanka, Hojai | Sep 21, 2025
দেওবাৰে ৰাতিপুৱা প্ৰায় ৭মান বজাত লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী আৰু সংকটজনক অৱস্থাত এজন যুৱক।২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।দুই বাইক আৰোহীয়ে হোজাইৰ পৰা লামডিং অভিমুখী গৈ আছিল।দুৰ্ঘটনাগ্ৰস্থ বাইকৰ নম্বৰ AS 31 G 4203।নিহত যুৱতী গৰাকীৰ নাম মাম্পি বুলি জানিব পৰা গৈছে।ইফালে আঘাতপ্ৰাপ্ত যুৱক জনৰ নাম গৌৰব সাহা ঘৰ হোজাই ৰামপুৰ বস্তিত।দুৰ্ঘটনাগ্ৰস্থ দুই বাইক আৰোহীক পথাচাৰীয়ে ততাতৈয়াকে লামডিং অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও য
Read More News
T & CPrivacy PolicyContact Us