Download Now Banner

This browser does not support the video element.

গুৱাহাটী: আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা,ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজাৰ ব্যস্ততা, গনেশগুৰি বজাৰতো ভীৰ গ্ৰাহকৰ

Guwahati, Kamrup Metropolitan | Oct 6, 2025
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা,ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজাৰ ব্যস্ততা, গনেশগুৰি বজাৰতো ভীৰ গ্ৰাহকৰ।ঐশ্বৰ্যৰ দেৱীৰ পূজা-অৰ্চনাৰ বাবে বজাৰ ভৰি পৰিছে নানাবিধ সামগ্ৰীৰে । সোমবাৰে দিনৰ ৯ বজাৰত দেখা গৈছে ক্ৰেতাৰ ভিৰ। বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ক্ৰয় কৰিছে সকলো সামগ্ৰী।
Read More News
T & CPrivacy PolicyContact Us