Download Now Banner

This browser does not support the video element.

বইটামাৰী: আমগুৰিস্থিত মাধৱদেৱ সত্ৰত উলহ মালহেৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰোভাৱ তিথি

Boitamari, Bongaigaon | Sep 12, 2025
ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে শুক্ৰবাৰে বঙাইগাঁও জিলাৰ বইটামাৰী আমগুৰিস্থিত মাধৱদেৱ সত্ৰত উলহ মালহেৰে পালন গুৰুজনাৰ তিৰোভাৱ তিথি । মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই আয়তি সকলৰ নামেৰে উখল মাখল পৰিৱেশ সত্ৰটোত । চাকি ধূপ নৈবেদ্য আগবঢ়াই গুৰুজনাক সেৱা লৈছে ভকতে।
Read More News
T & CPrivacy PolicyContact Us