Download Now Banner

This browser does not support the video element.

নগাঁও: জুৰীয়াত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু হানিফ, জব্দ এখন স্কুটী আৰু দুটাকৈ চাবোনৰ বাকচভৰ্তি ২২ গ্ৰাম ড্ৰাগছ

Nagaon, Nagaon | Sep 5, 2025
জুৰীয়াৰ আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু হানিফ।শুক্ৰবাৰে পুৱা প্রায় ১১ মান বজাত জুৰীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া আধুনিকা বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জুৰীয়াৰ ফাকলি পথাৰ গাঁৱত অভিযান চলাই আটক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবু হানিফক।ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰে দুইটা চাবোন বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ লগতে AS 02 M 6819 নম্বৰৰ এখন স্কুটি জব্দ কৰে।উদ্ধাৰকৃত নিষিদ্ধ ড্ৰাগছৰ পৰিমাণ 22 গ্ৰাম
Read More News
T & CPrivacy PolicyContact Us