Install App
ghynews
This browser does not support the video element.
গুৱাহাটী: কেন্দ্ৰীয় চৰকাৰে পেট্ৰলত ২০% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণক লৈ দিছপুৰত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
Guwahati, Kamrup Metropolitan | Sep 6, 2025
কেন্দ্ৰীয় চৰকাৰে পেট্ৰলত ২০% ইথানল মিশ্ৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণক লৈ দিছপুৰত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । ইয়াৰ দ্বাৰা প্ৰদূষণ কমিব আৰু পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস হ'ব বুলি যুক্তি দিছিল যদিও প্ৰকৃতাৰ্থত তেওঁলোকে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰক লাভম্বিত কৰিবলৈ এই পদক্ষেপ লৈছে। কিয়নো নীতিন গাডকাৰী ডাঙৰীয়াৰ পুত্ৰৰ ইথানল কোম্পানীয়ে এবছৰত ৫০০ কোটিৰ অধিক টকা লাভ কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!