Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: গুইজানত সাৰদা পূজা কমিটিৰ মহামায়া শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ ধৰ্মীয় ৰীতি - নীতিৰে উদযাপন
Tinsukia, Tinsukia | Sep 30, 2025
আজি মঙ্গলবৰ পৱিত্ৰ মহা অষ্টমী , ৰাজ্যৰ প্রান্তে প্রান্তে ভক্তি সহকাৰে পালন কৰিছে মহা অষ্টমী । সমান্তৰালকৈ তিনিচুকীয়াৰ নিলগতে থকা গুইজান লিম্বুগুৰি পথত সাৰদা পূজা কমিটি আৰু গুইজান বাসী ৰাইজৰ সহযোগত মহামায়া শ্ৰী শ্ৰী দুৰ্গা পূজা ৫০ তম বাৰ্ষিক সোণালী জয়ন্তী বৰ্ষ ধৰ্মীয় ৰীতি - নীতি মাধ্যমৰে ভক্তি সহকাৰে উদযাপন কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!