Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা প্ৰশাসনৰ তিনিদিনীয়াকৈ উদযাপন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অন্তিম কাৰ্যসূচী হিচাপে চাইকেল যাত্ৰা অনুষ্ঠিত হয়

Balijana, Goalpara | Aug 31, 2025
জিলা প্ৰশাসনৰ তিনিদিনীয়াকৈ উদযাপন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ আজি তৃতীয় দিনা অন্তিম কাৰ্যসূচী হিচাপে চাইকেল যাত্ৰা অনুষ্ঠিত কৰা হয়। গোৱালপাৰাৰ ভালুকডুবিত থকা অতিৰিক্ত আৱৰ্ত ভৱনৰ পৰা আৰম্ভ হোৱা এই চাইকেল যাত্ৰা ব্ৰহ্মপুত্ৰৰ পাৰৰ বিসৰ্জন ঘাটত সামৰণি পৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই এই চাইকেল যাত্ৰা উদ্বোধন কৰে আৰু দুয়োয়ে অংশগ্ৰহণ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us