Download Now Banner

This browser does not support the video element.

আজাৰা: গড়চুকৰ ৰয়েল গ্লবেল বিশ্ববিদ্যালয়ত ৰৈ ৰৈ বিনালেৰ কিছু অংশ Re Shoot ।

Azara, Kamrup Metropolitan | Oct 7, 2025
ৰৈ ৰৈ বিনালেৰ আধৰুৱা দৃশ্য গ্ৰহণ । গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিশ্ব বিদ্যালয়ত দৃশ্য গ্ৰহণ । জুবিন গাৰ্গে প্ৰতিদিনে এই চিনেমা খনৰ বিষয়ে কৈ আছিল । তেওঁ বিচৰা ধৰণেই চিনেমা খন আগুৱাই নিব চেষ্টা কৰি থকা হৈছে । তেওঁ এই চিনেমাখনত শিল্পীৰ জীৱনৰ বিষয়ে উপস্থাপন কৰিব চেষ্টা কৰিছে ।ছবিখনৰ কিছু অংশ ৰি-শ্বুট কৰা হৈছে । ছবিখন জুবিন গাৰ্গে অপছন্দ দৃশ্য Re Shoot ।
Read More News
T & CPrivacy PolicyContact Us