Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনীত মনোনয়ন পত্ৰ দাখিল কৰে চিপিআই(এম)ৰ থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী শুভঙ্কৰ ঘোষে

Bijni Part, Chirang | Sep 1, 2025
আজি চিৰাং জিলাৰ বিজনীত আগন্তুক বিটিচি নিৰ্বাচনৰ থুৰিবাৰী সমষ্টিৰ পৰা CPIM ৰ প্ৰাৰ্থী শুভঙ্কৰ ঘোষে মনোনয়ন পত্ৰ দাখিল কৰে ,দুই শতাধিক দলীয় কৰ্মী সমৰ্থক লৈ মনোনয়ন পত্ৰ দাখিল কৰে CPIM ৰ থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী শুভঙ্কৰ ঘোষে।
Read More News
T & CPrivacy PolicyContact Us