Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: সংবাদ মাধ্যমত নগাঁৱত প্ৰতিক্ৰিয়া কন্ঠশিল্পী কৃষ্ণমণি নাথৰ ,জুবিনৰ মৃত্যু অপৰাজেয় মৃত্যু, মৃত্যু জয় কৰিছে জুবিনে
Nagaon, Nagaon | Sep 24, 2025
নগাঁৱত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া কন্ঠশিল্পী কৃষ্ণমণি নাথৰ জুবিনৰ মৃত্যু অপৰাজেয় মৃত্যু, মৃত্যু জয় কৰিছে জুবিনে জুবিনৰ মৃত্যুৰ তদন্ত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভালদৰে হ'ব বুলি আশা শিল্পী গৰাকীৰ জুবিন কায়িক ভাৱে নাথাকিলেও তাত তেওঁ আছে । সমাধিস্থলীত সকলো মানুহ এপলক ৰবলৈ বাধ্য হ'ব
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!