Download Now Banner

This browser does not support the video element.

মাটিয়া: মৰনৈত থকা চিছ বায়োটেক কোম্পানীটোত ইথানেল প্ৰস্তুত কৰোতে কয়লাৰ পৰিবৰ্তে কাঠ খৰি ব্যৱহাৰ কৰি বন ধ্বংস চলোৱাৰ অভিযোগ

Matia, Goalpara | Sep 9, 2025
মৰনৈত থকা চিছ বায়োটেক কোম্পানীটোত ইথানেল প্ৰস্তুত কৰোতে কয়লাৰ পৰিবৰ্তে কাঠ খৰি ব্যৱহাৰ কৰি বনধ্বংস যজ্ঞ চলোৱাৰ অভিযোগ । বন ধ্বংস কৰি কাঠ খৰিৰে চলাই গৈছে গোৱালপাৰাৰ মৰনৈত থকা ইথানেল প্ৰস্তুত কৰা চিছ বায়োটেক কোম্পানীটো। কাৰণ কয়লাৰ মূল্য বহু তাৰ বিপৰীতে কাঠৰ খৰিৰ মূল্য বহু কম। কোম্পানিৰ মুনাফাৰ বাবে বন ধ্বংসত নামি পৰিছে একাংশ বন মাফিয়া। কাঠ মাফিয়াই চালান বিহীন ভাবে ৰাজহ ফাকি দি বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি চলাই আছে ৰমৰমীয়া ব্যৱসায়।
Read More News
T & CPrivacy PolicyContact Us