This browser does not support the video element.
বাক্সা: তামুলপুৰত চচিয়েলিষ্ট পাৰ্টি ভাৰতৰ সংবাদ মেল অনুষ্ঠিত
Baska, Baksa | Sep 5, 2025
তামুলপুৰত আজি চচিয়েলিষ্ট পাৰ্টি ভাৰতৰ সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলাত দলটোৰ মুখপাত্ৰই জনায় যে চচিয়েলিষ্ট পাৰ্টি ভাৰতৰ ৮ জনীয়া প্ৰতিনিধিদলে ২-৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অসমৰ গোৱালপাৰা, ধুবুৰী আৰু লখিমপুৰ জিলাত ভ্ৰমণ কৰিছিল। অসমত চলি থকা এইধৰণৰ উচ্ছেদ প্ৰক্ৰিয়াই হাজাৰ হাজাৰ পৰিয়ালক অনিশ্চিত জীৱনলৈ ঠেলিছে। এতিয়া সমাজৰ সকলো স্তৰৰ লোকক একত্ৰিত হৈ এই অন্যায়ৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ লগতে চৰকাৰে অবিলম্বে এই পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।