Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: ভেবাৰঘাট নিবাসী বিশিষ্ট নাট্যকাৰ,গীতিকাৰ,নাট পৰিচালক,অসম চৰকাৰৰ অসম সৌৰভ বঁটা লাভ কৰা তথা দৰং ৰত্ন হেমন্ত দত্তৰ দেহাৱসান

Mangaldoi Part, Darrang | Aug 11, 2025
বিশিষ্ট নাট্যকাৰ , গীতিকাৰ , নাট পৰিচালক, অসম চৰকাৰৰ অসম সৌৰভ বটা লাভ কৰা তথা দৰং ৰত্ন হেমন্ত দত্ত আৰু নাই ।৮৩ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি পৰলোক প্ৰাপ্তি হয় । তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Read More News
T & CPrivacy PolicyContact Us