This browser does not support the video element.
তিনিচুকীয়া: খামটিগুৱালী গাওঁ পঞ্চায়তত "সন্ত সমাগম" সভা অনুষ্ঠিত
Tinsukia, Tinsukia | Aug 31, 2025
দেওবাৰে ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত খামটিগুৱালী গাওঁ পঞ্চায়তত "সন্ত সমাগম" সভা অনুষ্ঠিত । মানৱ ধৰ্মৰ অন্যতম অংশ হিচাপে সমাজক মায়াময় সংসাৰত লোভ,মোহ ত্যাগ কৰি মানৱতাৰ পৰিচয় দিয়া এই সভাৰ মূল উদ্দেশ্য । বিয়লি ৩ বজালৈকে অনুষ্ঠিত এই সভাত উপস্থিত থাকে জিলা পৰিষদৰ উপ সভানেত্রী চিত্রলেখা দুৱৰা সোনা ,খামটিগুৱালী গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা সুৱৰ্ণী মাহালী, গাওঁ পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী দিপাঞ্জলী কাইঠাই