Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: ধুবুৰীৰ বিভিন্ন স্থানত কংগ্ৰেছ কৰ্মীৰ সৈতে মত বিনিময় প্ৰদেশ কংগ্ৰেছৰ সদস্য আবু তাহেৰ আলী বেপাৰীৰ
Dhubri Part, Dhubri | Oct 10, 2025
ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা ধুবুৰী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ টিকটৰ দাবীদাৰ আবু তাহেৰ আলী বেপাৰীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰে। ইপিনে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ কংগ্ৰেছ কৰ্মী তথা ৰাইজক সম্বৰ্ধনা জনোৱাৰ লগতে আৰু তেখেতৰ লগত আগন্তুক অসম বিধান সভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!