This browser does not support the video element.
মৰিগাঁও: জাগীৰোডত কৰ্মৰত মহিলাৰ হোষ্টেলৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
Marigaon, Morigaon | Aug 23, 2025
মৰিগাঁও জিলস্থিত জাগীৰোড সমষ্টিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰ্মৰত মহিলাৰ বাবে নিৰ্মাণ হ’বলগীয়া ১০ মহলীয়া আধুনিক হোষ্টেলখনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে।গুৱাহাটী নগৰ উন্নয়ন প্ৰাধিকৰণ উদ্যোগত আৰু টাটা ছেমি কণ্ডাক্টৰ প্লাণ্টৰ সমীপত প্ৰায় ১৪২ কোটি টকা ব্যয়েৰে নিৰ্মিত হ’বলগীয়া এই হোষ্টেলখনত ৮৩০খন বিচনাৰ সুবিধা থাকিব আৰু প্ৰায় ৬ একৰ ভূমিত নিৰ্মিত হব