Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: লাইপুলিত ভাৰতীয় সেনা, জিলা প্ৰশাসন, আৰক্ষী অন্যান্য বিভাগৰ স’তে এক্স সমন্বয় শক্তিৰ অনুষ্ঠান

Tinsukia, Tinsukia | Sep 1, 2025
সোমবাৰে তিনিচুকীয়াৰ লাইপুলিস্থিত ভাৰতীয় সেনাৰ শিৱিৰত ভাৰতীয় সেনা, তিনিচুকীয়া জিলা প্ৰশাসন, আৰক্ষী, চোৰাংচোৱা আৰু অন্যান্য বিভাগৰ স’তে এক্স সমন্বয় শক্তিৰ সামৰণি অনুষ্ঠান। আটাইকেইটা বিভাগৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা । তিনিচুকীয়া জিলাৰ আইন-শৃংখলা পৰিস্থিতি কিদৰে নিয়ন্ত্ৰণ ৰাখিব পাৰি, সাধাৰণ জনতাৰ মাজত কিদৰে সেৱা আগবঢ়াব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰে । বিভিন্ন বিভাগৰ প্ৰযুক্তিসমূহৰ ব্যাৱহাৰৰ বিষয়ো স্থান পালে বৈঠকত ৷
Read More News
T & CPrivacy PolicyContact Us