Install App
chandanhiramorigaon
This browser does not support the video element.
মৰিগাঁও: জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত জনজাতীয় সংগঠনৰ নেতৃত্বৰ চহৰখনৰ মাজেৰে প্ৰতিবাদী সমদল বাহিৰ, ট্ৰাইবেল বেল্ট ব্লক গঠনৰ দাবী
Marigaon, Morigaon | Sep 2, 2025
জিলা ট্ৰাইবেল সংঘৰ উদ্যোগত জনজাতীয় সংগঠনসমূহৰ নেতৃত্বই চহৰখনৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৭ দফীয়া স্মাৰক পত্ৰ।ক্ষুদ্ৰ ট্ৰাইবেল ব্ৰেল্ট ব্লক গঠনৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰক।তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰাকে ধৰি বিভিন্ন দাবীৰে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!