Download Now Banner

This browser does not support the video element.

বালিজানা: আগিয়া থানাত জুবিন গাৰ্গৰ মায়াবিনী গীত কপি কৰা মুস্তাফিজুৰ বিৰুদ্ধে গোচৰ দাখিল বিশ্ব হিন্দু পৰিষদৰ

Balijana, Goalpara | Sep 30, 2025
আগিয়া থানাত জুবিন গাৰ্গৰ মায়াবিনী গীত কপি কৰা মুস্তাফিজুৰ বিৰুদ্ধে গোচৰ দাখিল বিশ্ব হিন্দু পৰিষদৰ। বিতৰ্কিত ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানে সুৰ সম্ৰাট তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী গীতটোকলৈ ব্যৱসায় কৰিব খুজিছে। অসমীয়াৰ আবেগ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ চকুপানী মুচি যোৱাৰ আগতে তেওৰ কালজয়ী গীতক কপিৰাইট কৰি ব্যৱসায় কৰাটো কোনো পধ্যেই সহ্য কৰিব পৰা নাই বিশ্ব হিন্দু পৰিষদে।
Read More News
T & CPrivacy PolicyContact Us