Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙ্গলদৈ ডনবস্ক স্কুলত ছাত্ৰী অপহৰণৰ অপচেষ্টা, আতংকিত অভিভাৱক, থানাত এজাহাৰ দাখিল

Mangaldoi Part, Darrang | Aug 22, 2025
মঙ্গলদৈ চহৰৰ মাজমজিয়াত থকা DONBOSCO স্কুলৰ সন্মুখত মুখত মাক্ম লগাই লুঙি পিন্ধি বাইকত অহা দুস্কৃতিকাৰীয়ে বৃহস্পতি বাৰে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰিবলৈ চেষ্টা চলাই। ছাত্ৰী গৰাকীৰ উপস্থিত বুদ্ধিয়ে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।ঘটনা অনুসৰি বৃহস্পতি বাৰে স্কুল চুটি হোৱাৰ সময়ত দুজন নম্বৰ প্লেট বিহীন বাইকত অহা দুস্কৃতিকাৰীয়ে মুখত মাক্ম আৰু লুঙি পিন্ধি ছাত্ৰী গৰাকীক পিতৃৰ বন্ধু বুলি নিজকে চিনাকী দি বাইকত উঠাই নিয়াৰ চেষ্টা কৰিছিল
Read More News
T & CPrivacy PolicyContact Us