This browser does not support the video element.
নলবাৰী: নলবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহ(পি জি এ)ত প্ৰাক্তন ছাত্ৰ সন্থাৰ নলবাৰী শাখা উদ্বোধনৰ বাবে এক বিশেষ সভা অনুষ্ঠিত হয়
Nalbari, Nalbari | Sep 10, 2025
বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী মহাবিদ্যালয়, নলবাৰী বাণিজ্য মহাবিদ্যালয়, আৰু এম এন চি বালিকা মহাবিদ্যালয়ৰ সহযোগত নলবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহ(পি জি এ)ত প্ৰাক্তন ছাত্ৰ সন্থাৰ নলবাৰী শাখা উদ্বোধনৰ বাবে এক বিশেষ সভা অনুষ্ঠিত হয়।উক্ত বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ লগতে বিশ্ববিদ্যালয়ৰ অন্যান্য অধ্যাপকসকল উপস্থিত থাকে।