Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: ঢেপঢেপীত কলু ওৰফে জয়দেৱৰ পথ দুৰ্ঘটনাত মৃত্যুত শোকাকুল অঞ্চল
Dhubri Part, Dhubri | Sep 3, 2025
ধুবুৰী জিলাৰ বালাজানৰ নব-নিৰ্মিত উৰুনীয় সেতুত সংঘটিত হয় এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। ইৰিক্সা আৰু মটৰছাইকেলৰ সংঘৰ্ষত নিহত হয় ঢেপঢেপী গাঁওৰ দেবত্তৰ হাসদহ পঞ্চম খণ্ডৰ বাসিন্দা, জয়দেৱ ওৰফে কলু।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!