This browser does not support the video element.
নগাঁও: এক্সিচ বেংকৰ সমীপত সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি উদ্যোগত ১১ ঘন্টীয়া অনশন
Nagaon, Nagaon | Sep 4, 2025
সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি উদ্যোগত ১১ ঘন্টীয়া অনশন। অসমৰ পৰা বাংলাদেশী,মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী সম্পূৰ্ণৰূপে আঁতৰত ৰখাৰ দাবী। অসম চুক্তিৰ প্ৰতিটো দফা নিদ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ দাবী। ভাৰত-বাংলা সীমান্ত ছীল কৰাৰ , লগতে সীমান্তত দেখিলেই গুলিওৱাৰ দাবী। কা'ৰ আঁওতাৰ পৰা অসমক সম্পূৰ্ণ ৰূপে আঁতৰত ৰখাৰ দাবী।