Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চহৰত নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰিলে স্থানীয় ৰাইজে, দুজনক গতাই দিলে আৰক্ষীক

Dhubri Part, Dhubri | Aug 26, 2025
ধুবুৰী চহৰৰ মাজ মজিয়া বজাৰ অঞ্চলৰ মিচেল ৰোড়ত দিনদুপৰতে নাৰী দেহ ব্যৱসায়ী কৰি ৰাইজৰ হাতে লোটে ধৰা খালে মহিলা সহ যুৱক ৷ হাতেলোটে আটক কৰা হয় ৰয়েল হোটেলৰ মালিক আবু ছাকতাৰক ৷
Read More News
T & CPrivacy PolicyContact Us