Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: 'বাংলাদেশী অসমত থাকিব নোৱাৰে', ছৈয়দা হামিদৰ ভাষ্য সন্দৰ্ভত চহৰত বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ মন্তব্য
Bongaigaon Part, Bongaigaon | Aug 25, 2025
ছৈয়দা হামিদে বাংলাদেশী সন্দৰ্ভত কৰা মন্তব্য লৈ সোমবাৰে চহৰত বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই সংবাদমেলত কয় যে নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছত ভাৰত চৰকাৰে সুৰুঙা আনি দিছে সেয়েহে এনেবোৰ কথা ওলাইছে । বিধানসভাৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই কয় বাংলাদেশী অসমত থাকিব নোৱাৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!