This browser does not support the video element.
গোলাঘাট: জনজাতি কৰণৰ দাবীত গোলাঘাট কৰ্ট ৰোডত টাই আহোম যুৱ পৰিষদ অসমৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ
Golaghat, Golaghat | Sep 13, 2025
শনিবাৰে দিনৰ প্ৰায় ২ বজাত টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট কৰ্ট ৰোড স্থিত ত্ৰিমূৰ্তি ক্ষেত্ৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি এই কাৰ্যসূচী গ্ৰহণ কৰে টাইপাই।শীঘ্ৰে যদি চৰকাৰে এওঁ লোকৰ দাবী সমূহ মানি নলয় তেনেহলে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান প্ৰতিবাদ কাৰী সকলৰ l