Download Now Banner

This browser does not support the video element.

বৰপেটা: ৬৫ নং কদমতলা গাঁও পঞ্চায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত অনিয়মৰ অভিযোগত প্ৰেছ ক্লাবত সংবাদ মেল

Barpeta, Barpeta | Aug 23, 2025
বৰপেটা জিলাৰ ৬৫ নং কদমতলা গাঁও পঞ্চায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ আৰটিআই কৰ্মী ছফিকুল ইছলামে বৰপেটা প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি কয় আৰটিআইৰ তথ্য অনুসৰি পঞ্চায়ত খনত প্ৰায় ২০ জন মৃত লোকৰ নামত অহা গৃহ একে নামৰ জীৱিত মানুহক পঞ্চায়ত খনৰ প্ৰাক্তন সভাপতি আনুৱোৰ হুছেইন, সম্পাদক বিপ্লৱ কুমাৰ কৰ্মকাৰ, জিআৰএছ নুৰউদ্দিন আহমেদে মোটা অংকৰ ধন লৈ আবণ্টন দিয়াৰ অভিযোগ উত্থাপন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us