This browser does not support the video element.
জাব্ৰাখোৱা বন বিষয়াৰ কাৰ্যালয়ত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বিট অফিচাৰ মুকুতা বৰ্মন সহ আটক কৰে চাৰিজনক
Doboka, Hojai | Sep 14, 2025
শনিবাৰে নিশা প্ৰায় ১০মান বজাত ডবকা জাব্ৰাখোৱা বন বিষয়াৰ কাৰ্যালয়ত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷আৰক্ষীৰ অভিযানত বিট অফিচাৰ মুকুতা বৰ্মনসহ আটক চাৰিজন।ইফালে আৰক্ষীৰ বেহু ফালি পলায়ন হাবিল নামৰ এজন জুৱাৰী।আৰক্ষীয়ে জুৱাৰী কেইটাৰ পৰা জব্দ কৰে নগদ ৯হেজাৰ ৩০০ টকা,৫টাকৈ মোবাইল আৰু AS-02-AM- 4124 নম্বৰৰ বিলাসী বাহন।SP সৌৰৱ গুপ্তাৰ গোপন খবৰৰ ভিত্তিত এছ আই ভাস্কৰ বৰাৰ নেতৃত্বত চলিচিল অভিযান।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।