This browser does not support the video element.
দলগাঁও ভাগ: উচ্ছেদৰ সমৰ্থনত দৰং জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান
Dalgaon Part, Darrang | Aug 4, 2025
উচ্ছেদৰ সমৰ্থনত দৰং জিলা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান।সোমবাৰে বিয়লি প্ৰায় তিনি মান বজাত দৰং জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জড়িয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।দৰং জিলাৰ বিভিন্ন অঞ্চলত চৰকাৰী ভূমি বেদখলকৃত হৈ আছে আৰু সেই ভূমি অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায়।বিশেষ কৈ দৰঙৰ ৰাজপৰিয়ালৰ ঐতিহাসিক গড়,ধুলা হিৰাপাৰা অঞ্চলত ৰেচম পামৰ কেইবাশ বিঘা মাটি সন্দেহ যুক্ত নাগৰিকৰ দখল আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দৰং জিলা ছাত্ৰ সন্থাই