This browser does not support the video element.
ধুবুৰী ভাগ: আৰক্ষীৰ লাঠি চালনাৰ বিৰুদ্ধে আক্ৰাছুৰ ২৪ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ হালাকুৰা আৰু আগমণিতো
Dhubri Part, Dhubri | Sep 11, 2025
ৰাজপথত টাৱাৰ জ্বলাই প্ৰতিবাদ। দোকান পোহাৰ বন্ধ। বন্ধ সকলো প্ৰকাৰৰ বানিজ্যিক বাহন। জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি আক্ৰাছু তথা কোচ ৰাজবংশী জনগোষ্ঠীয় লোকে উলিওৱা জোৰ সমদল কাৰ্যসুচীত আৰক্ষীয়ে কৰা বৰবৰ আক্ৰমণৰ বিৰোধীতাৰে আজি আক্ৰাছুৱে জনোৱা ১২ ঘন্টীয়া ধুবুৰী জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ধুবুৰী জিলাৰ হালাকুৰা আৰু আগমণিতো ।