Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জিলা প্ৰশাসনৰ এটা সিদ্ধান্তৰ বাবে জলা কলা খাব লগা হৈছে পৰিৱহণ সন্থা‌ ঘটনা সন্দৰ্ভত চালক সন্থাৰ কাৰ্যালয় সন্মুখত মন্তব্য

Marigaon, Morigaon | Sep 9, 2025
প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি মৰিগাঁওৰ নগৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সকলো বাহন । প্ৰশাসনে নগৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে নিদিষ্ট কেইখনমান বাহন । বাকী বাহন সমূহ থাকিব লগা হয় নগৰৰ বাহিৰত । যাৰ বাবে মৰিগাঁওৰ নগৰত মানুহৰ সমাগম কমি যোৱা পৰিলক্ষিত হয়। ফলত ব্যৱসায়ী ক্ষুদ্ৰ ক্ষুদ্ৰ সকল বৃহৎ লোকচানৰ সন্মুখীন হয়।
Read More News
T & CPrivacy PolicyContact Us