This browser does not support the video element.
গুৱাহাটী: মহানগৰীৰ গীতানগৰত ৰাইজৰ ৰোষত তেল চোৰ, ৰাইজে হাতে-লুটে আটক কৰে এজন তেল চোৰক
Guwahati, Kamrup Metropolitan | Sep 1, 2025
মহানগৰীৰ গীতানগৰত ৰাইজৰ ৰোষত তেল চোৰ, ৰাইজে হাতে-লুটে আটক কৰে এজন তেল চোৰক। উত্তম মাধ্যম শোধাই চোৰটোক গতাই দিয়ে গীতানগৰ আৰক্ষীক। সোমবাৰে মহানগৰীৰ গীতানগৰৰ সমীপত ৰখাই থোৱা এখন বাণিজ্যিক বাহনৰ পৰা তেল চোৰ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে হাতে-লুটে আটক কৰে।