Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: যুৱ দলত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মী সভা অংশগ্ৰহণ আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

Sibsagar, Sivasagar | Sep 2, 2025
শিৱসাগৰৰ যুৱদলত জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মী সভা, অংশগ্ৰহণ আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ । সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত এই কৰ্মী সভাত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ড°সমুজ্জল কুমাৰ ভট্টাচাৰ্য । উল্লেখ্য যে কেইবা শতাধিক আছু কৰ্মীৰ উপস্থিতি অনুষ্ঠিত এই কৰ্মী সভাত অংশগ্ৰহন কৰে আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাৰ লগতে সাধাৰণ সম্পাদক সমীৰণ ফুকন ।
Read More News
T & CPrivacy PolicyContact Us