This browser does not support the video element.
চামগুৰি: চামগুৰিত বিজেপিৰ বিজয়োৎসৱ ।দিপ্লুৰঞ্জন শৰ্মাৰ জয়ক লৈ সংখ্যালঘু অঞ্চলত আনন্দ-উল্লাস বিজেপি নেতা কর্মীৰ।
Samaguri, Nagaon | Nov 23, 2024
শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত চামগুৰিত বিজেপিৰ বিজয়োৎসৱ উদযাপন।চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ জয়ক লৈ সংখ্যালঘু অঞ্চলত আনন্দ-উল্লাস বিজেপি নেতা কর্মীৰ।ফটকা-আতচবাজী ফুটাই বিজয়োৎসৱ উদযাপন কৰে সংখ্যালঘু ৰাইজে। উল্লেখ্য যে কংগ্ৰেছৰ দূৰ্গ হিছাপে পৰিচিত ছামগুৰি সমষ্টিত কংগ্ৰেছৰ দুৰ্গ ভাঙি বিজেপিয়ে বিজয় নিচান উৰুৱাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে চামগুৰিৰ ৰাইজ।