আজি চিৰাং জিলাৰ আমগুৰিত ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত ২০০ গৰাকী লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী সহ, আমগুৰি প্ৰাইমাৰী ইউপিপিএলৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।