Download Now Banner

This browser does not support the video element.

মৰিয়নি: চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ সাংবাদিকৰ

Mariani, Jorhat | Sep 4, 2025
মৰিয়নিৰ চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ। মৰিয়নিৰ চেলেংহাটত সাংবাদিকৰ প্ৰতিবাদ। চেলেংহাট প্ৰেছ ক্লাব আৰু আপকু যোৰহাট জিলা সমিতিৰ যৌথ উদ্যোগত মৰিয়নি আৰু টীয়ক ই মিডিয়াৰ সহযোগত মনিপুৰত অসমৰ এগৰাকী সাংবাদিকৰ ওপৰত চলা গুলীবৰ্ষণকে ধৰি শেষতীয়াকৈ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সাংবাদিক সকলে ।
Read More News
T & CPrivacy PolicyContact Us