Download Now Banner

This browser does not support the video element.

বাঘবৰ: গুনিয়ালগুৰীত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধীকাৰীৰ উত্তাল প্ৰতিবাদ

Baghbor, Barpeta | Sep 7, 2025
কলগাছিয়াৰ গুনিয়ালগুৰি গাঁৱত চৰকাৰৰ অভিলাসী আঁচনি অৰুণোদয়ৰ হিতাধীকাৰী বাছনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। গোপনে ধনৰ লেনদেন কৰি যোগ্য লোকক বঞ্চিত কৰি তালিকাত অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। অৰুণোদয় আঁচনিৰ পৰা বহু যোগ্য হিতাধীকাৰী বিধৱা, বিশেষ ভাৱে সক্ষম লোকৰ নাম বাদ পৰিছে। ফলত গাওঁ খনৰ শতাধিক বঞ্চিত পুৰুষ মহিলাই একত্ৰিত হৈ অৰুণোদয় আঁচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us