This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ গাধাজুলিত প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু CAA ৰ প্ৰতিলিপি দাহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ
Dhekiajuli Part, Sonitpur | Sep 5, 2025
CAA ৰ বিৰুদ্ধে শুক্ৰবাৰে সন্ধিয়া ৬ বজাত ঢেকীয়াজুলিৰ গাধাজুলিত দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে CAA প্ৰতিলিপি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ উল্লেখ্য যে CAA বিৰুদ্ধাচৰণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঢেকীয়াজুলিৰ গাধাজুলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ প্ৰতিকৃতি দাহ কৰে ৷